13/10/2026
আজি আমাৰ চিকিৎসালয়ত পশ্চিমবংগৰ সন্মানীয় স্বাস্থ্য সঞ্চালক আৰু ৰাজ্যিক কাৰ্যসূচী প্ৰৱন্ধক (SPM)-ৰ আগমন আমাৰ বাবে এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। তেখেতসকলৰ এই সৌজন্যমূলক ভ্ৰমণে গুণগত স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ দিশত অভিজ্ঞতা বিনিময় আৰু নতুন চিন্তা-চৰ্চাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিলে। 🙏
National Health Mission,Assam DIO OFFICE DIBRUGARH District Administration Dibrugarh Directorate of Health Services - Family Welfare, Assam District Health Society NHM Dibrugarh