Goswami Speciality Eye Care

Call Directions Website Contact the business

Goswami Speciality Eye Care Eye specialist and surgeon with special interest in Cataract surgery by Phacoemulsification.

19/09/2026

puja celebrations

14/09/2026

গাঁৱৰ মানুহৰ আত্মীয়তা আৰু অনুভৱ
(১) চিকিৎসা সেৱাৰ লগত জৰিত থকাৰ সূত্ৰে বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ।কিছুমান মানুহৰ আত্মীয়তাই আমাৰ মনত দীৰ্ঘদিনলৈ প্ৰভাৱ পেলায়। প্ৰায় ১৮ বছৰ আগৰ কথা। মই এখন প্ৰাইভেট মেডিকেল কলেজত ৰেজিষ্ট্ৰাৰ হিচাপে যোগদান কৰিছো।মই তাত ৪ দিনমান পৰীক্ষা কৰো আৰু দুদিন অপাৰেশ্যন কৰো। যিহেতু কলেজ খন প্ৰাইভেট আছিল ৰোগীসকলে অপাৰেশ্যনৰ খৰচ নিজে দিবলগা হৈছিল। এদিন এজন ৰোগী মোৰ ওচৰলৈ আহিলে।তেওঁ দুইটা চকুৰে দেখা নাপাই বাবে নিজৰ ছোৱালী জনি ধৰি লৈ আহিছে। মই দেখিলোঁ চানি পৰি নেদেখা হৈছে দুইটা চকুৰে। মই অপাৰেশ্যন কৰিব কলো।তেওঁলোকে কলে আমাৰ পইচা নাই আৰু আমাক দিবলৈ কোনো নাই। মই কলো মই দিম তোমালোকে কৰা।এটা এটাকৈ দুইটা চকু অপাৰেশ্যন কৰা হল। মই দৰৱ পাতি কিনি দি বাকী খৰচ খিনি দিলোঁ।মানুহজনী প্ৰথম দেখাৰ দিনা ইমান ফুৰ্তি পাইছে যে মোক ভাত খাব মাতিছে নিজৰ ঘৰলৈ।কাৰণ তেওঁ নিজৰ নাতিয়েক আৰু ছোৱালীক যোৱা ৪বছৰ দেখা নাই।তেওঁ মোক নিজৰ লৰাৰ দৰে আশীৰ্বাদ দিলে আৰু মাজে মাজে মোৰ খবৰ লৈ থাকে।এদিন নিজে বনোৱা পিঠা চাহ খুৱালে আমাৰ হস্পিতালৰ সকলোকে।এই ঘটনাটোৱে মোৰ মনত এতিয়াও ভাবিলে বহুত ভাল লাগে আৰু মনত অনাবিল আনন্দ অনুভৱ কৰো।চিকিৎসক জীৱনৰ আনন্দ সেইখিনিতে। এজন নেদেখা ৰোগীক দেখা কৰি দিলে মনত যিটো আনন্দ লাভ কৰা যায় তাৰ সৈতে কোনো তুলনা নহয়।
(২)প্ৰায় সোতৰ বছৰ আগৰ কথা।মই সপ্তাহত দুদিন বৰপেটাৰোড যাওঁ ৰোগী চাবলৈ। এদিন এগৰাকী ৮০ বছৰীয়া মহিলা মোৰ চেম্বাৰৰ কাষত ঘূৰি ফুৰিছে।মই বাকী ৰোগী চাই উঠি তেওঁক দেখি মাতিলোঁ। চেম্বাৰ ৰ লৰাজনে কলে যে তেওঁৰ কোনো নাই লগতে পইচাও নাই দৰৱ কিনিবলৈ। মই কলো তেওঁক মাতি দিয়া।মই মানুহজনী চাই দেখিলোঁ চকুত ঘা হৈছে।তেওঁ যদি চিকিৎসা নাপাই অন্ধ হৈ যাব পাৰে। তেওঁ মোক কলে মোৰ কোনো নাই চিকিৎসা কৰাবলৈ। লৰা ডাঙৰ কৰিলোঁ যদিও সি মোক নাচায়। মই কলো মই আপোনাৰ লৰাৰ নিচিনা মই আপোনাক চিকিৎসা কৰিম। মই তিনি চাৰিবাৰ চিকিৎসা কৰাৰ পাছত তেওঁ সুস্থ হৈ উঠিল। মই যিমান দিন বৰপেটাৰোড গলো তেওঁ প্ৰায়ে মোক লগ কৰিবলৈ আহে। এদিন ঘৰৰ পৰা মুৰ্গী লৈ আহিল। মই কলো নালাগে আপুনি এইটো বেছি পইচা পাব।নাই তেওঁ নামানে নহলে বেয়া পাব।শেষত ৰাখিলোঁ আৰু তেওঁ মোক সদায় আশীৰ্বাদ দি থাকিল।
(৩) যোৱা বছৰৰ কথা। ছয়মাইল ত ৰোগী চাই আছো।এগৰাকী আইতাই আহি কৈছে মোক ভাল কৰি
দিয়ক। মোৰ কোনো নাই । মই ভালদৰে চাই দৰৱ দি তেওঁক ভাল কৰি তুলিলোঁ।মই পইচা নালাগে বুলি কলো আৰু কিছু দৰৱ তেওঁক দিলোঁ। তেওঁ ঘৰত বনোৱা টেকেলি পিঠা আৰু লাল চাহ লৈ মাজে মাজে আহে। অকল মোৰ কাৰণে নহয় চেম্বাৰৰ সকলোৰে কাৰণে। মই কওঁ আপুনি কিয় ইমান কষ্ট কৰিব লাগে?তেওঁ নুশুনে আৰু কয় আপুনি ৰোগী চাই থাকোতে মুখ শুকাই যায়। সেইকাৰণে তেওঁ মৰমতে নিজৰ লৰা বুলি ভাবি লৈ আহে।মই তেওঁক সন্মান কৰি চাহখিনি পৰম তৃপ্তিৰে খাও।আমাৰ নিচিনা মানুহৰ বাবে সেইটো আশীৰ্বাদ।

13/09/2026
12/09/2026

eye screening camp
health
for all

12/09/2026

is PCO?
to treat PCO?
to get perfect vision even many years after cataract surgery?

11/09/2026

# What is PCO?
is Yag laser capsulotomy?
to cure PCO

07/09/2026

to create awareness about eye donation?

Attended Eyequest 2026 in Taj Vivanta Guwahati. It was nice to learn a lot of new things and meet my teachers and friend...
07/09/2026

Attended Eyequest 2026 in Taj Vivanta Guwahati. It was nice to learn a lot of new things and meet my teachers and friends. A Sunday well spent . Thank you for the wonderful hospitality team Nalbari Eye hospital and Sight first.

05/09/2026

to donate your eyes after death?
to cure cornea blind person?

Happy teachers day to all the teachers who has guided me in my journey . Forever grateful for your contribution in my li...
05/09/2026

Happy teachers day to all the teachers who has guided me in my journey . Forever grateful for your contribution in my life. Whatever I am today because of your guidance. I wish all teachers including my parents happy teachers day and pray to god for your good health .

Address

Dispur

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+18486974130

Alerts

Be the first to know and let us send you an email when Goswami Speciality Eye Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Goswami Speciality Eye Care:

Shortcuts

Share