ABM Medicos

Call Directions Contact the business

ABM Medicos It's a Medical Store & Panchakarma Therapy Centre. We aim @ better holistic health and better life.

All kinds of Allopathic and Ayurvedic Medicine available here.

15/09/2026

কি অজীৰ্ণত কি খাব লাগে
নাৰিকলৰ অজীৰ্ণত চাউল খাবা
আমৰ অজীৰ্ণত গাখীৰেৰে ভাল পাবা।
ঘিঁউৰ অজীৰ্ণত ৰস জমিৰি নেমুৰ
কলৰ অজীৰ্ণত হিতকৰ ঘিঁউ
ঘেঁহুৰ অজীৰ্ণত ককড়ী খাবা
মাংসৰ অজীৰ্ণত কাঞ্জীৰে ভাল পাবা।
কমলাৰ অজীৰ্ণত গুড়,
কঠালত অজীৰ্ণ কলে কৰে দুৰ।
নেমুৰ অজীৰ্ণত নিমখ লাগে,
নিমখত চাউলধোৱা পানীয়ে ভাগে।
মাটিমাহ খাই অজীৰ্ণ হ'লে তক্ৰ বা চেনী
বুটমাহত অজীৰ্ণ,মূলা পথ্য তাকে থোৱা জানি।
মগুমাহ হজম ন'হলে আমলখি খাবা
কুলথিমাহৰ বদহজম তিলতেলে ভাল পাবা।
আপেল-পিষ্টাত মুন্নকা ভাল,
বাদাম-তৰমুজত লঙৰ পাল।
ৰহৰমাহৰ অজীৰ্ণ কাঞ্জীয়ে কৰে লয়,
লুঠুৰীত শীতল পানী খালেই ভাল হয়।
খিচৰীত সৈন্ধৱলৱন অজীৰ্ণ নাশৰ বিধি
মাহৰ বড়ত নীমৰ শিপাই হজম কৰিব সিদ্ধি।
পায়স অজীৰ্ণ মগু দাইল পানীৰে দুৰ
মাছৰ অজীৰ্ণত খাবা আমচুড়
কাছৰ মাংস অজীৰ্ণত কাশতৃণৰ শিপাৰ ৰস
আলুৰ অজীৰ্ণ চাউল পানীত বশ।
ওলকচুৰ অজীৰ্ণ ভাল কৰে গুড়ে
খাৰ খাই অজীৰ্ণ হ'লে তক্ৰ পানত এৰে।
গাইৰ তক্ৰত গৰম নিসনীয়েই ভাল
ম'হৰ তক্ৰত সৈন্ধানিমখ গুচাই জঞ্জাল।
ম'হৰ দৈৰ অজীৰ্ণ শংখভস্মত লয়,
ৰাবৰি খাই হজম ন'হলে ত্ৰিকটু প্ৰয়োগ হয়।
চেনী-গুড়ত বদ হজম খাবা শুকান আদা,
কুঁহিয়াৰত আদা খালে অজীৰ্ণৰ বাধা।
এইদৰে যোগৰত্নাকৰত উল্লেখ কৰা আছে
অজীৰ্ণ নাশৰ সহজ উপায় মনত ৰাখিবা পিছে।
দ্ৰব্যৰ দোষত দ্ৰব্যই প্ৰতিৰোধ—
আয়ুৰ্বেদৰ এই পুৰণি বোধ।

29/08/2026

🩺 Take care of your kidneys before it’s too late!
Get expert consultation and advanced care for kidney-related problems.

💙 Your Kidney Health, Our Priority.

📞 Contact: 6901126267

📍 ABM Medicos
Near Jalukbari SBI Branch, North Jalukbari, Guwahati.

19/08/2026
19/08/2026

🌿 Shirodhara Therapy — a traditional Ayurvedic therapy that promotes deep relaxation, mental calmness, and stress relief.

✨ Experience natural wellness and rejuvenation with Panchakarma therapy.

📍 ABM MEDICOS,
Panc Therapy Centre

04/08/2026

গাখীৰৰ পৰা উৎপাদিত বিভিন্ন দ্ৰৱ্যৰ ভিতৰত আয়ুৰ্বেদত দৈ, তক্ৰ, মাখন আৰু ঘিউক প্ৰাধান্য দিয়া হৈছে। বৃহৎ সংহিতা-ত্.....

29/07/2026

🌿 ABM MEDICOS 🌿

Trusted Care for Man & Women Health &
Wellness 🩺

Expert Ayurvedic care for Heart Care, Joint Pain, General Health & Wellness, and Agnikarma for Corn & Wart Care.

📞 For Consultation: 6901126267
📍 Near Jalukbari SBI Branch, North Jalukbari, Guwahati, Assam -781014

Address

PHOOLPAHI PATH, JALUKBARI CHARIALI, GUWAHATI
Guwahati
781014

Opening Hours

Monday 8am - 10pm
Tuesday 8am - 10pm
Wednesday 8am - 10pm
Thursday 8am - 10pm
Friday 8am - 10pm
Saturday 8am - 10pm
Sunday 8am - 10pm

Telephone

+919101420319

Website

Alerts

Be the first to know and let us send you an email when ABM Medicos posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABM Medicos:

Shortcuts

Share

Nearby health & beauty businesses