Emergehealth

Call Directions Website Contact the business

Emergehealth Emergehealth.in- সকলোৰে বাবে স্বাস্থ্য সেৱা Register for free

31/10/2026

প্ৰতিদিনে আমাৰ ওচৰলৈ বহু লোক diabetes ৰ কাৰণে পৰীক্ষা কৰিবলৈ আহে। তাৰ মাজৰ বহুতৰ এনেকুৱা অৱস্থা দেখা পাওঁ যে বৃক্ক বা কিডনীৰ সমস্যা আৰম্ভ হৈছে। নজনাকৈ থাকিলে অতি বিপদজনক হলহেঁতেন। আজিৰ video টো সেইকাৰণই দিছোঁ। সকলোৱে চাব আৰু শ্বেয়াৰ কৰিব।

কিডনী কেনেকৈ ৰক্ষা কৰিব? | How to Keep Your Kidneys Healthy?

বিনামুলীয়া registration link কমেন্টত দিছোঁ।

28/10/2026

মেডিকেল টেষ্ট কৰাটো কিয় দৰকাৰ? | Why Regular Health Checkups Matter!

23/10/2026

পূজাৰ পিছত এতিয়া সাৱধান! ⚠️ | Dr. Dhrubajyoti Gogoi

22/10/2026

Join team Emergehealth!

We’re looking for a dedicated *Lab Technician* to help us provide quality healthcare services to our community. If you’re passionate about laboratory work and providing excellent patient care through sample collection, we want to hear from you!

*Why join us?*
✅ Be part of a mission-driven team dedicated to healthcare for all.
✅ Opportunity to work in a professional and supportive environment.
✅ Make a real difference in our patients' lives every day.

*How to apply:*
Simply send your CV to *8011410950*.

Know someone who would be a great fit? Tag them below or share this post to help us find our next team member! 🙌

22/10/2026
17/10/2026

চিকিৎসকৰ আচল কৰ্তব্য কি? | What Is a Doctor’s Real Duty? 🩺

15/10/2026

খাৰ খোৱা অসমীয়া! Is It Healthy? | Dr. Dhrubajyoti Gogoi Explains
পোষ্টটো শ্বেয়াৰ কৰি দিব। বেছি মানুহে জানিলে বেছি ভাল হব।Let's be proud of as an Assamese once more!

কেতিয়াবা মনৰ কথাবোৰ কবলৈ মন যায়! অৱশ্যে এখন প্ৰকৃত পৰিবেশৰ মঞ্চ নহলে কবলেও টান।সুৰজ কলিতা। এদিনাখন ৰোগী হিচাবেই লগ পাই...
12/10/2026

কেতিয়াবা মনৰ কথাবোৰ কবলৈ মন যায়! অৱশ্যে এখন প্ৰকৃত পৰিবেশৰ মঞ্চ নহলে কবলেও টান।
সুৰজ কলিতা। এদিনাখন ৰোগী হিচাবেই লগ পাইছিলোঁ।
সমাজৰ ধনাত্মক অথবা সকাৰাত্মক কথা সমূহক ৰাইজৰ মাজলৈ আগুৱাই আনিবলৈ এটি podcast অনুষ্ঠান আৰম্ভ কৰিছে। সিদিনাখন আমন্ত্ৰণ কৰিছিল www.emergehealth.in ৰ বিষয়ে কথা পাতিবলৈ। অতি সুন্দৰভাৱে, যাৱতীয় প্ৰশ্নৰ মাজেৰে কথাবোৰ সুধি যায়। হয়টো ৰাইজে ভাল পাব।
আগবঢ়াই দিলোঁ।
সকাৰাত্মক অনুষ্ঠানটিৰ শ্ৰীবৃদ্ধি আশা কৰিলোঁ।

In this episode of Sakaratmak, host Surajit Kalita discusses with D...

10/10/2026

কোনো ধনী দুখীয়াৰ প্ৰভেদ নাই! | Emergehealth Believes in Healthcare for All | DrDhrubajoty Gogoi

07/10/2026

কিমান টকাৰ Health Insurance হলে হৈ যায়?? | Know the Right Coverage!

Address

R. G. Baruah Road, Zoo Tiniali, Arunachal Path
Guwahati
781024

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm
Sunday 8am - 5pm

Telephone

+918011410950

Alerts

Be the first to know and let us send you an email when Emergehealth posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Emergehealth:

Shortcuts

Share

Nearby health & beauty businesses